koo-logo
koo-logo
back
Habibur
shareblock

Habibur

@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

𝐆𝐞𝐧𝐞𝐫𝐚𝐥𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨𝐜𝐢𝐚𝐥 𝐖𝐨𝐫𝐤𝐞𝐫 , 𝐄𝐱 𝐏𝐫𝐞𝐬𝐢𝐝𝐞𝐧𝐭 𝐎𝐟 𝐍𝐨𝐧 𝙂𝙤𝙫𝙚𝙧𝙣𝙢𝙚𝙣𝙩 𝐎𝐫𝐠𝐚𝐧𝐢𝐳𝐚𝐭𝐢𝐨𝐧

calender Joined on June 2021

KooKooKoo(21)
LikedLikedLiked
Re-Koo & CommentRe-Koo & CommentRe-Koo & Comment
img
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

ধিক্কাৰ দিছো আজি যোৰহাটৰ ৰাজপথৰ এই অমানৱীয় কান্ডক, লগতে ধিক্কাৰ দিছো তাত উপস্থিত থকা কাপুৰুষ সকলক।
commentcomment
img
07 Nov
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

ওপজা দিনটোত আপোনালোকৰ শুভেচ্ছা লাভ কৰি কৃতাৰ্থবোধ কৰিছো ৷ সকলোলৈকে অশেষ ধন্যবাদ জনালোঁ ৷
commentcomment
4
img
27 Sep
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

মাটিৰ দালাল ধৰা পদক্ষেপৰ বাবে চৰকাৰক ধন্যবাদ দিছো। কিন্তু কথাটো হ’ল মাটিৰ ডাঙৰ দালাল বিজেপিটে সোমাই আছে দেখোন,তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? তাৰ মানে এয়াই বুজা গ’ল যে দোষ সৰাব লাগিলে বিজেপিত যোগদান কৰাটো জৰুৰী 😁
commentcomment
img
25 Sep
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৰম দায়িত্বজ্ঞানহীন কাণ্ড l আজিৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ দৰ্শন বিভাগৰ পৰীক্ষাত বেলেগ প্ৰশ্ন হে আহিল। । স্নাতক ৰ ছাত্র-ছাত্ৰীৰ ইতিমধ্যেই জীৱন ধ্বংস কৰিছে। আপোনালোকৰ দৰে অকৰ্মণ্য লোকৰ কোনো প্ৰয়োজন নাই
commentcomment
img
23 Sep
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

ফটো গ্ৰাফাৰ জনক কোনে অধিকাৰ দিলে জনতাৰ ওপৰত এনেকৈ বৰ্বৰতাৰে আক্ৰমণ কৰিবলৈ নিশ্চিত ভাৱে গ্ৰেপ্তাৰ কৰিব লাগে |
commentcomment
img
08 Sep
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

নিমাতিঘাটৰ এই দৃশ্য অত্যন্ত বেদনাদায়ক আৰু কষ্টকৰ। বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান - যাত্ৰীসকলৰ উদ্ধাৰৰ বাবে ক্ষিপ্ৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক।
commentcomment
img
05 Sep
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

শুভ শিক্ষক দিৱস শিক্ষক দিৱসৰ এই প্রাকক্ষণত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ সশ্রদ্ধ প্রণাম যাচিলোঁ ৷৷
commentcomment
img
01 Sep
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

সোমবাৰৰ পৰা খোল খাব বিদ্যালয়-মহাবিদ্যালয়
commentcomment
1
img
26 Aug
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

যদি সচাকৈয়ে কাৰোবাৰ প্ৰতাৰণাৰ বলি হৈছা তেনেহলে তেওঁক হত্যা কৰি তুমি সফল হ’ব নোৱাৰা । প্ৰতাৰণাৰ প্ৰতিশোধ নিজৰ সফলতাৰে লোৱা,যি সফলতাৰ আৰত তোমাৰ জীৱনৰ কৰ্মৰাজী জড়িত হৈ থাকে । বিশ্বাস ৰাখা,এদিন তেওঁ জ্বলিব,বৰ বেয়াকৈ গোন্ধ ওলাব ।
commentcomment
img
20 Jul
@habibur_

𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐎𝐟 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐒𝐨

সকলোলৈকে পৱিত্ৰ ঈদ -উল-আজহাৰ শুভেচ্ছা থাকিল। এই ঈদে সকলোৰে মাজত কঢ়িয়াই আনক শান্তি, সমপ্রতি, ভাতৃত্ববোধ তাৰেই কামনা কৰিলো l #ᴀssᴀᴍ #ɴᴀɢᴀᴏɴ_ᴅɪsᴛʀɪᴄᴛ
commentcomment
create koo